Dictionaries | References

মনে মনে

   
Script: Bengali-Assamese

মনে মনে

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 adverb  কাকো একো নোকোৱাকৈ   Ex. অবৈধ কাম মনে মনেই কৰে
SYNONYM:
গোপনভাৱে লুকাই চুৰকৈ
Wordnet:
benচুপি চুপি
kasژوٗرِ ژھپہِ
panਚੋਰੀ ਛਿਪੇ
urdخفیہ طورپر , خاموشی سے , پوشیدگی سے , گپ چپ
 adverb  মৌন ৰূপেৰে   Ex. আপুনি ইয়াত মনে মনে বহি থাকক
MODIFIES VERB:
ONTOLOGY:
क्रिया विशेषण (Adverb)
SYNONYM:
চুপ-চাপ চুপে-চাপে গোপনে গুপ্তভাৱে লুকাই লুকাই লুকাই-চুৰকৈ লুকঢাককৈ সংগোপনে সংগোপে আঁৰলে-নিৰলে অজ্ঞাতসাৰে কোনেও নজনাকৈ চোৰাংকৈ অপ্রকাশ্যে টিপতে অগোচৰে আঁৰে আঁৰে ভিতৰি ভিতৰি ভিতৰে ভিতৰে তলে তলে আঁতে আঁতে পেটে পেটে আলচুলকৈ ঠাৰে-চিয়াঁৰে ঠাৰে-ঠোৰে থোপে-গোপে থাপ-থোপকৈ থুপে থাকে সুতুক কৰে সুৰুক কৰে সুত কৰে শান্তভাৱে
 adverb  গুপ্ত ৰূপত   Ex. শ্যাম ইয়ালৈ মনে-মনে আহি থাকে
ONTOLOGY:
रीतिसूचक (Manner)क्रिया विशेषण (Adverb)
 adverb  আনৰ নজৰ বা দৃষ্টিৰ অগোচৰে হোৱা   Ex. শ্যাম মনে-মনে আহি মোৰ পিছত থিয় হৈ আছিল
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
লুকাই-চুৰকৈ
Wordnet:
benচুপি চুপি
gujચુપકે થી
hinचुपके से
kasژوٗرِ ژھیٚپہِ
malഒളിച്ചും പാത്തും
mniꯇꯨꯃꯤꯟꯅ
nepचुप लागेर
urdچپکےسے , آہست سے , دھیرےسےخاموشی سے

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP