Dictionaries | References

বন্ধ কৰা

   
Script: Bengali-Assamese

বন্ধ কৰা

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 verb  দুৱাৰ, মুখ আদিত কিবা ৰাখি তাৰ বন্ধ কৰা   Ex. তেওঁ নিগনিৰ ্গাঁত বন্ধ কৰিছে
HYPERNYMY:
ONTOLOGY:
कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  চলি আহি থকা কথা বা পৰম্পৰা আদি বন্ধ কৰা   Ex. ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্রথা বন্ধ কৰিছিল
HYPERNYMY:
ONTOLOGY:
करना इत्यादि (VOA)">कार्यसूचक (Act)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
 verb  ভাট্টা আদি নিদিয়া   Ex. চৰকাৰে ভ্রমণ ভাট্টা বন্ধ কৰিলে
HYPERNYMY:
ONTOLOGY:
करना इत्यादि (VOA)">कार्यसूचक (Act)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
Wordnet:
 verb  কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি   Ex. ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়
HYPERNYMY:
ONTOLOGY:
ऐच्छिक क्रिया (Verbs of Volition)क्रिया (Verb)
   see : অৱৰোধ কৰা, জপাই দিয়া, উঠাই দিয়া
বন্ধ কৰা noun  বাধা দিয়া বা ৰখোৱা কার্য   Ex. সীমাৰ ভিতৰত শত্রুৰ প্রবেশ বন্ধ কৰাত সৈনিক সফল হৈছে
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP