Dictionaries | References থ থকা Script: Bengali-Assamese Meaning Related Words Rate this meaning Thank you! 👍 থকা অসমীয়া (Assamese) WN | Assamese Assamese | | verb সত্তা, অস্তিত্ব, উপস্থিতি আদি সূচোৱা প্রধান তথা সকলোতকৈ অধিক প্রচলিত ক্রিয়া Ex. ৰমা সেই কোঠাটোত আছে HYPONYMY:লুটা ONTOLOGY:अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb)Wordnet:bdदं gujછે kanಇರು kokआसप malഉണ്ടാവുക marअसणे nepछ oriହେବା panਹੋਣਾ telఉన్నది urdہونا noun অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য Ex. যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায় ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:থাকি যোৱাWordnet:benবাদ পরা kanಕೆಲಸ ಮರೆತುಹೋಗುವುದು kasغلطی kokचूक malഒഴിവാക്കല് marनजरचूक mniꯂꯩꯍꯧꯔꯝꯗꯕ nepभूल oriଅବହେଳା panਛੂਟ urdچوک , غفلت , چھوٹ verb সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলাই যোৱা কার্য Ex. মাকে জীয়েকক বুজাই কʼলে যে তুমি কেনেদৰে শহুৰৰ ঘৰত থাকিবা HYPERNYMY:কাম কৰা ONTOLOGY:निरंतरतासूचक क्रिया (Verbs of Continuity) ➜ क्रिया (Verb) SYNONYM:নির্বাহ কৰাWordnet:bdसोलि benমানিয়ে নেওয়া gujનભાવું hinनिभाना kasنِبھاوُن kokसांबाळून घेवप malകൃത്യ നിര്വ്ഹണം marनिभवून घेणे mniꯊꯧꯗꯥꯡ꯭ꯄꯥꯡꯊꯣꯛꯄ nepनिर्वाह गर्नु oriବଜାୟ ରଖିବା panਨਿਭਾਉਣਾ tamநிர்வகி telనిలబెట్టుకొను urdنبھالینا , نبھانا , نباہ کرنا verb কʼৰবাত আশ্রয় লোৱা Ex. আমি দিল্লীলৈ গʼলে শর্মাদেৱৰ তাত থাকোঁ HYPERNYMY:বাস কৰা ONTOLOGY:अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb)Wordnet:bdथाथहै kanಇಳಿದುಕೊ kasروزُن malതങ്ങുക panਰੁਕਣਾ urdرکنا , ٹھہرنا , دم لینا , جمنا verb বেয়া হৈ নোযোৱা Ex. ৰিফ্রিজাৰেটৰত বস্তুবোৰ ভালেমান দিন ধৰি থাকে HYPERNYMY:থকা ONTOLOGY:अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb)Wordnet:bdथा benথাকা gujરહેવું kanಕೆಟ್ಟು ಹೋಗದೆ ಇರು kokउरप malകേടുകൂടാതെ ഇരിക്കുക telనిలువ ఉంచు urdرہنا , رہ جانا verb এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা Ex. হিমালয় ভাৰতৰ উত্তৰ দিশত আছে HYPERNYMY:থকা ONTOLOGY:होना क्रिया (Verb of Occur) ➜ क्रिया (Verb) SYNONYM:হোৱা স্থিত হোৱাWordnet:benহওয়া gujહોવું hinहोना kokआसप marअसणे panਹੋਣਾ telస్థితిలో వుండు urdہونا , واقع ہونا verb স্থিত হোৱা Ex. এই নগৰখন গংগা নদীৰ তীৰত আছে HYPERNYMY:থকা ONTOLOGY:अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb) SYNONYM:অৱস্থিত থকাWordnet:bdफसंजा benঅবস্হান করা gujવસેલું hinबसना kasبَسُن malസ്ഥാപിക്കപ്പെടുക marवसणे oriଗଢ଼ିଉଠିବା panਵਸਿਆ ਹੋਣਾ sanवस् urdآبادہونا , بساہونا verb কোনো বস্তু, ঠাই আদিত ৰখা বা তাৰ অন্তর্গত ্হোৱা Ex. টেংকিত পানী আছে/ এই বটলত পানী আছে HYPERNYMY:থকা ONTOLOGY:होना क्रिया (Verb of Occur) ➜ क्रिया (Verb)Wordnet:benথাকা tamஇருக்கிறது urdہونا , See : বাস কৰাথকা verb কোনো বিশেষ অৱস্থাত থকা Ex. ইয়াৰ জলবায়ু প্রায়েই একে থাকে / ইয়াত মেʼ/জুন মাহত বৰ গৰম পৰে HYPERNYMY:থকা ONTOLOGY:होना क्रिया (Verb of Occur) ➜ क्रिया (Verb) SYNONYM:থকা- হোৱা পৰা-Wordnet:kasروزُن , آسُن malആകുക sanवृत् urdرہنا Related Words থকা অৱস্থিত থকা জকমকাই থকা জাপ থকা জলমলাই থকা ঠেলি থকা স্মৃতিত থকা স্মৃতিপটত থকা হেঁচুকি থকা অভিমুখ থকা প্রয়োজন থকা মুখত থকা একতা থকা গৰজ থকা ঘেৰঘেৰাই থকা চকমকাই থকা ৰাপ থকা ৰুচি থকা সাৰে থকা শুই থকা টিকি থকা বন্ধনত থকা পিছত থকা মনত থকা বহি থকা জাগি থকা ভৰি থকা দোলাই থকা হাঁহি থকা অভিৰুচি থকা বাচি থকা ভাঁজ থকা ধোঁৱাই থকা পৰি থকা কান্দি থকা বর্তি থকা উৰি থকা চিকমিকাই থকা বৈ থকা ৰৈ থকা জিভাৰ আগত থকা ডেও পাৰি থকা ঢৌ তুলি থকা পিছত বহি থকা মিলা-প্রীতি থকা চিঞৰি থকা চিন্তা থকা চেতনা থকা চুপ থকা চৰচৰাই থকা চলি থকা জোকাৰি থকা জপিয়াই থকা জ্বলি থকা ঠাহখাই থকা ঢৌৱাই থকা থুকুচি থকা থেতেলিয়াই থকা দিশ থকা দোলি থকা দৌৰাই থকা সীমাৰেখা থকা সম্ভাৱনা থকা সুলভ থকা সহায়ক থকা হাঁচিয়াই থকা হৰুৱাই থকা অব্যাহত থকা আঁচুৰি থকা আহি থকা উগাৰি থকা উচতাই থকা উচুপি থকা উতলি থকা উপঙি থকা উপল্্ব্ধ থকা ফুটি থকা ফুৱাই থকা ফৰফৰাই থকা বকি থকা বকবকাই থকা বখানি থকা বিন্ধি থকা বিৱৰি থকা বিয়পি থকা ভাবি থকা ভাহি থকা দুলি থকা ধপধপাই থকা নাম থকা নিমাতে থকা পাগুলি থকা পিৰিকিয়াই থকা পুতি থকা প্রাণ থকা ওলমি থকা কামুৰি থকা কেকাই থকা কোবাই থকা কুটি থকা Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP