Dictionaries | References

চিন্তা কৰা

   
Script: Bengali-Assamese

চিন্তা কৰা

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 verb  কোনো বিষয় বা কার্যৰ সিদ্ধি সম্বন্ধে মনত বাৰে-বাৰে বিচাৰ কৰা   Ex. সকলো ভাল হʼব আপুনি কিয় চিন্তা কৰি আছে
ONTOLOGY:
मानसिक अवस्थासूचक (Mental State)अवस्थासूचक क्रिया (Verb of State)क्रिया (Verb)
SYNONYM:
ভাবি থকা
 verb  কোনো বিষয়ত মনেৰে বিচাৰ কৰা বা মগজুৰ খটুৱা কার্য   Ex. এই প্রশ্নটো সমাধান কৰিবলৈ মই বহুত চিন্তা কৰিলো, কিন্তু কৃতকার্য নহʼলো / তেওঁ দিনটো বহি বহি কি ভাবি থাকে গম নাপাওঁ
ONTOLOGY:
करना इत्यादि (VOA)">कार्यसूचक (Act)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
ভবা ভাবি থকা

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP