ৰোগ নিৰাময় কৰা প্রক্রিয়া
Ex. গাঁৱৰ ৰোগীসকলে চিকিৎসাৰ কাৰণে চহৰলৈ যাবলগীয়া হয়
ONTOLOGY:
भौतिक प्रक्रिया (Physical Process) ➜ प्रक्रिया (Process) ➜ संज्ञा (Noun)
Wordnet:
benচিকিত্সা
mniꯂꯥꯏꯌꯦꯡꯕ
urdعلاج , تدبیر , تریاق , چارہ , درماں , معالجہ , دوادارو যাৰ (ৰোগ) আৰোগ্য হোৱাটো সম্ভৱ
Ex. বৈজ্ঞানিকসকলে বর্ত্্মানসকলো ৰোগৰে চিকিৎসা সম্ভৱ কৰি তোলাৰ প্রয়াস চলাই আছে
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)
চিকিৎসা সম্বন্ধীয়
Ex. ডাক্তৰে চিকিৎসা সেৱাত লাগি আছে
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)
Wordnet:
mniꯂꯥꯏꯌꯦꯡꯕꯒꯤ꯭ꯑꯣꯏꯕ
urdطبی , میڈیکل
চিকিৎসকৰ কাম বা পেছা
Ex. তেওঁ চিকিৎসা কৰি নিজৰ পৰিয়ালৰ ভৰণ পোষণ দি আছে
ONTOLOGY:
पेशा (Occupation) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
urdعلاج , معالجہ , ڈاکٹری