কোনো ধৰণৰ লগা-ভগা বা সম্পর্ক
Ex. এই কামটোৰ সৈতে ৰামৰ কোনো সম্পর্ক নাই
ONTOLOGY:
अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
মানুহৰ সেই পাৰস্পৰিক সম্বন্ধ যিটো এটা বংশত জন্ম লোৱা অথবা বিবাহ আদি কৰাৰ পৰা হয়
Ex. মাধুৰিমাৰ সৈতে আপোনাৰ সম্পর্ক কি ?
ONTOLOGY:
अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
কথা-বতৰাৰ আদান প্রদান
Ex. মই ভালেমান দিনৰ পৰা আপোনাৰ সৈতে সম্পর্ক কৰিবলৈ বিচাৰি আছিলোঁ
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)