লৰচৰ কৰিব নোৱাৰা আৰু নিজে নিজৰ আহাৰ উৎপন্ন কৰা জীৱ
Ex. উদ্ভিদৰ পৰা আমি অক্সিজেন পাওঁ
HOLO MEMBER COLLECTION:
উদ্ভিদসমূহ হাবি বাগিচা জংঘল
HYPONYMY:
বহুবর্ষী গছ একবর্ষী উদ্ভিদ দুবছৰীয়া উদ্ভিদ জোপোহা কাঁইটীয়া উদ্ভিদ জাৰণি-বন শেলুৱৈ গছপুলি সপুষ্পক গছ গছ-পুলি বাঁহগছ কুঁহিয়াৰ পৰজীৱি উদ্ভিদ লতা
ONTOLOGY:
वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
bdबिफां
benগাছ পালা
gujવનસ્પતિ
hinवनस्पति
kanಮರ ಗಿಡ
kasکُلۍ , کُلۍ کٔٹۍ
kokवनस्पत
malവൃക്ഷലതാദികള്
marवनस्पती
mniꯄꯥꯝꯕꯤ
nepवनस्पति
oriଗଛଲତା
panਵਨਸਪਤੀ
sanओषधिः
tamதாவரம்
telమొక్క
urdنباتات , پیڑپودے
উদ্ভিদ সম্বন্ধীয় বা উদ্ভিদৰ
Ex. উটিৰ উদ্ভিদ উদ্যানখন বৰ ধুনীয়া
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)
Wordnet:
bdलाइफाङारि
benপ্রাকৃতিক
gujવાનસ્પતિક
hinवानस्पतिक
kanವನಸ್ಪತಿಯ
kasنباتٲتی
kokवानस्पतीक
malസസ്യ
marवनस्पतीय
mniꯑꯁꯪ ꯑꯃꯥꯟꯒꯤ
oriବନସ୍ପତୀୟ
panਵਨਸਪਤਿਕ
sanवनस्पतीय
tamதாவர
telమొక్కలుండేటువంటి
urdنباتاتی